Local, Vocal, Global

Sensational incident: নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ

বঙাইগাঁও,১৯আগষ্ট : এক মৰ্মান্তিক দুৰ্ঘটনা ।নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ ।

বঙাইগাঁও চহৰত সংঘটিত হৈছে এক শোকৱহ ঘটনা ।বঙাইগাঁও চহৰত নিৰ্মীয়মান ৫ মহলীয়া চৰকাৰী অট্টালিকাৰ পৰা পৰি মৃত্য শ্ৰমিকৰ(Sensational incident) ।

জানিব পৰা মতে, কাম কৰি থকোতে অট্টালিকাৰ পৰা হঠাতে পৰি যায় শ্ৰমিকজন আৰু মৃত্যুক সাাৱটি লয় ।মৃত শ্ৰমিকজন নাম আব্দুল কায়েম বুলি জানিব পৰা গৈছে । আব্দুল কায়েমৰ ঘৰ কাবাইটাৰীত।

লগতে পঢ়ক : Sensational incident: দুৰ্ঘটনা পতিত যুৱকৰ মৃত্যু;কিন্তু ক’ত কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা বৰ্তমানলৈ লাভ কৰা নাই কোনো তথ্য