Sensational Incident : ৰাজপথত খুলশালিয়েকক আক্ৰমণ ভিনিয়েকেৰ
নিউজ ডেস্ক,২৯জুলাই : এক ভয়ংকৰ ঘটনা । ভিনিয়েকে আক্ৰমণ কৰিলে খুলশালিয়েকক ।
তিনিচুকীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। তিনিচুকীয়াৰ ৰাজপথত খুলশালিয়েকক আক্ৰমণ ভিনিয়েকে। খুলশালিয়েকক আক্ৰমণ কৰি আইন মহাবিদ্যালয়ৰ দিশে পলায়ন কৰে হত্যাকাৰী । অভিযোগকাৰীজন ৰৌচন শ্বাহ বুলি জানিব পৰা গৈছে । চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনাটো(Sensational Incident)।
ইফালে অভিযুক্ত ৰৌচন শ্বাহক আক্ৰমণ কৰে কোনো অচিনাক্ত লোকে। অৱশেষত চিকিৎসালয়ত মৃত্যু ৰৌচন শ্বাহৰ। পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হয় এই ঘটনা(Sensational Incident)।
লগতে পঢ়ক : Land centric clash : জোনাইত ভূমিকেন্দ্ৰিক সংঘাত