Local, Vocal, Global

WATCH | Sensational incident : কামৰূপৰ কামপীঠ হাইস্কুলত ভয়ংকৰ ঘটনা

হাজো,২৩জুন : কামৰূপৰ কামপীঠ হাইস্কুলত ভয়ংকৰ ঘটনা।

বিদ্যালয় চৌহদতে সহপাঠীক চুৰিৰে আক্ৰমন সহপাঠীৰ।

চুৰিৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত অষ্টম শ্ৰেণীৰ ছাত্ৰ আইদুল ইছলাম।

নচিব ৰহমান নামৰ আন এগৰাকী ছাত্ৰই বিদ্যালয় চৌহদতে আক্ৰমন কৰে আইদুল ইছলামক।

পৰীক্ষা শেষৰ অন্তত দুয়োজন ছাত্ৰৰ মাজত সৃষ্টি হয় প্ৰচণ্ড কাজিয়া(Sensational incident)।

এই কাজিয়াই অৱশেষত ল’লে ভয়ংকৰ ৰূপ

বিদ্যালয় খনৰ ভিতৰত কেনেকৈ ছাত্ৰই চুৰি আনি আক্ৰমন কৰিব পাৰিলে তাক লৈ তীৱ প্ৰতিক্ৰিয়া সচেতন মহলৰ।

বিদ্যালয় খবৰ দায়িত্ব হীন কাণ্ড লৈ সচেতন মহলৰ তীব্ৰ প্ৰতিক্ৰিয়া।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰবাসীৰ সুখবৰ