Sensational Incident : ঘৰৰ দেৱাল খহি মৃত্যু পিতা-পুত্ৰৰ

নিউজ ডেস্ক,২জুন : ঘৰৰ দেৱাল খহি মৃত্য়ু পিতা-পুত্ৰৰ ।
কাছাৰৰ উধাৰবন্দত সংঘটিত হৈছে শোকাৱহ ঘটনা। ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু। শুই থকা অৱস্থাত হঠাৎ খহি পৰে দেৱাল আৰু দেৱালে হেঁচা মাৰি ধৰে পিতা-পুত্ৰক । মৃত লোকজনৰ নাম আজিৰ উদ্দিন বুলি জানিব পৰা গৈছে(Sensational Incident) ।
এই ভয়ংকৰ ঘঠনাত গুৰুতৰভাৱে আহত পৰিয়ালটোৰ কেইবাজনো সদস্য। ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিৱেশ।
লগতে পঢ়ক : Road Accident in Juria : পথচাৰীক খুন্দা টাটা ডি আই বাহনৰ