WATCH | Sensational incident: মঙলদৈৰ সৰু ঠেকেৰাবাৰীত বোৱাৰী হত্যা
মঙলদৈ,৪জুন : মঙলদৈৰ সৰু ঠেকেৰাবাৰীত বোৱাৰী হত্যা। স্বামীৰ চুৰিৰ আঘাতত মৃত্যু হোৱাৰ সন্দেহ। যৌতুকজনিত কাৰণত হত্যা কৰা বুলি অভিযোগ পৰিয়ালৰ লোকৰ।
মৃত বোৱাৰী গৰাকীৰ নাম জেবিআৰা বেগম। স্বামী আমাদুল হকে চুৰিৰে আঘাত কৰাৰ সন্দেহ জেবিআৰাৰ পৰিয়ালৰ(Sensational incident)।
ততাতৈয়াকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও সংকটজনক অৱস্থাতৰ বাবে GMCH লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে মৃত্যু হয় বোৱাৰী গৰাকীৰ।
বোৱাৰী গৰাকীৰ এটি ছয় মহীয়া সন্তান আছিল। দুবছৰ পূৰ্বে প্ৰেম কৰি বিবাহ হৈছিল দুয়োৰে।
বৰ্তমান মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Assam Floods : ভয়ংকৰ বানৰ কৱলত কাছাৰৰ কাটিগৰাৰ কেইবাখনো গাঁও