WATCH | Sensational incident : গোলাঘাটৰ বাদুলীপাৰৰ সোণেশ্বৰ গগৈৰ হত্যাকাণ্ড প্রসংগ

দেৰগাঁও,২৮মে’ : গোলাঘাটৰ বাদুলীপাৰৰ সোণেশ্বৰ গগৈৰ হত্যাকাণ্ড প্রসংগ।
হত্যাকাণ্ডৰ মূল অভিযুক্তৰ তথ্য ৰাজহুৱা নকৰাৰ প্রতিবাদ।
শ্বহীদ জিণ্টু গগৈ পথ অৱৰোধ ক্ষুব্ধ ৰাইজৰ(Sensational incident)
সোণেশ্বৰ গগৈ মৃতদেহ লৈ পথ অৱৰোধ ৰাইজৰ।
দেৰগাঁও আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্রকাশ ৰাইজৰ।
লগতে পঢ়ক : WATCH | Jorhat News : শৃংখলৰ নেতৃত্বত বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন যোৰহাটত