Local, Vocal, Global

WATCH | Sensational incident : দিন দুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ এহাল দম্পতীক

দেৰগাঁও,২৭মে’ : বাদুলিপাৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা।

দিনদুপৰতে হত্যা কৰি থৈ গ’ল এহাল দম্পতীক।

বাদুলিপাৰৰ বুঢ়াগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

সোনেশ্বৰ গগৈ আৰু দেৱী গগৈ নামৰ দম্পতীহালক হত্যাৰ চেষ্টা(Sensational incident)।

লোকজনে বাৰীত পান পাৰি থাকোতে কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে চোকা অস্ত্ৰৰে ।

আনহাতে মহিলাগৰাকীক ঘৰৰ ভিতৰতে আক্ৰমণ কৰে ।

অতি সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ।

ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অঞ্চলজুৰি।

লগতে পঢ়ক : WATCH | Sonari News : ‘গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৰাইজে ‘