Local, Vocal, Global

WATCH | Sensational incident : মুখ্যমন্ত্ৰীলৈ চুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে

উত্তৰ গুৱাহাটী,২২মে’ : মুখ্যমন্ত্ৰীলৈ চুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে।

একমাত্ৰ পুত্ৰৰ সংস্থাপন বিচাৰি চৰম সিদ্ধান্ত ফেৰী যাত্ৰীৰ ।

গুৱাহাটী – উত্তৰ গুৱাহাটী ‌ৰজাদুৱাৰ অভিমুখী ফেৰীত অঘটন ।

যাত্ৰীবাহী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজনে(Sensational incident)।

এম ভি ভাগিৰথী নামৰ ফেৰীত সংঘটিত হৈছে যাত্ৰীৰ আত্মহননৰ ঘটনা ।

লোকজনে এৰি থৈ গৈছে এখন চিঠি,এযোৰ চেণ্ডেল আৰু ২০০-২৫০ টকা ।

চিঠি খনত লোক জন নলবাৰী দাহুকিৰ গোলোক ৰাজবংশী বুলি উল্লেখ আছে।

লগতে পঢ়ক : WATCH | Titabar News : কোনো চিহ্ন নোহোৱা স্পীড ৱেকাৰ বাবে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে মহিলাই