Local, Vocal, Global

WATCH | Sensational incident : প্ৰেমিকক ভিডিঅ’ কল কৰি মৃত্যুক আকোৱালি ল’লে প্ৰেমিকাই

যোৰহাট,১৪মে’ : প্ৰেমিকক ভিডিঅ’ কল কৰি মৃত্যুক আকোৱালি ল’লে প্ৰেমিকাই ।

যোৰহাটত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ আত্মহত্যা ।

নেহেৰুপাক পীতাম্বৰ দেৱ পথত ভাড়াতীয়া হিচাপে থকা ছাত্ৰীৰ আত্মহত্যা(Sensational incident)।

জানিব পৰা মতে, ছাত্ৰী গৰাকী দুজন যুৱকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক আছিল । কথা মনো মালিন্য হৈছিল ছাত্ৰী গৰাকীৰ প্ৰথম প্ৰেমিক ৰাজাউল হকৰ সৈতে ।

প্ৰেমিক ৰাজাউল হকক ভিডিঅ’ কল কৰি চিপ লৈ আত্মহত্যা কৰে ।

এনে ঘটনাই যোৰহাটত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : WATCH | Jamugurihat News : শোনিতপুৰত প্ৰৱঞ্চকে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত ধন লুটাৰ অভিযোগ