Local, Vocal, Global

WATCH | Sensational incident : পুত্ৰৰ কুঠাৰৰ প্ৰহাৰত প্ৰাণ গ’ল পিতৃৰ

সোণাৰি,১১মে’ : পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ মাজতে উজনিৰ চৰাইদেউ জিলাত চাঞ্চল্যকৰ ঘটনা(Sensational incident)। চৰাইদেউ জিলাৰ সাপেখাতী টাইৰাই মাজগাঁৱত পুত্ৰৰ কুঠাৰৰ প্ৰহাৰত প্ৰাণ গ’ল পিতৃৰ ৷ ৰূপম গগৈক(৪৮) হত্যা কৰিলে নিজ বৰ পুত্ৰ হেমন্ত গগৈয়ে(২০) ৷

ঘৰুৱা অশান্তিৰ বাবে সংঘটিত হ’বলৈ পালে উক্ত ঘটনা ৷ সম্প্ৰতি পলাতক হত্যাকাৰী পুত্ৰ হেমন্ত গগৈ ৷

লগতে পঢ়ক : WATCH | Panchayat Election Result : চৰাইদেউ জিলাতো আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া