WATCH | Sensational incident : নীতি আদৰ্শ মানি চলা বিজেপিৰ ঘৰতে ভয়ংকৰ কাজিয়া
নিউজ ডেস্ক,৪মে’ : নীতি আদৰ্শ মানি চলা বিজেপিৰ ঘৰতে ভয়ংকৰ কাজিয়া।
বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিক প্ৰাণে মৰাৰ চেষ্টা বিজেপি নেতাৰ।
বিজেপি নেতাৰ আক্রমণত গুৰুতৰভাবে আহত ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে নলবাৰীৰ হাবলাখাতত ভয়ংকৰ আক্ৰমণৰ অভিযোগ।
দলবদ্ধভাবে আক্রমণ কৰাৰ অভিযোগ প্রতুল চৌধুৰীক(Sensational incident)।
বিজেপি সমর্থিত ৱাৰ্ড মেম্বাৰৰ প্রার্থী খবৰ ল’বলৈ যাওঁতেই আক্ৰমণৰ বলি হয় প্রতুল চৌধুৰী।
ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ উপ-সভাপতি সুৰেশ কলিতাৰ লগতে নীলপুৰ বুথ সভাপতি ৰঞ্জন কলিতাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ।
লগতে পঢ়ক : WATCH | Ripun Bora : ‘পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ফল ভাল হ’ব’