WATCH | Sensational incident : দ’ খাৱৈত পৰি সলিল সমাধি শিশুৰ
চাপৰ,২৪এপ্ৰিল : চাপৰৰ খুটাপাৰাত শোকাৱহ ঘটনা।
দ’ খাৱৈত পৰি সলিল সমাধি ঘটে এটি শিশুৰ।
মৃত শিশুটিৰ নাম ওৱাছৰ্কনী বুলি জানিব পৰা গৈছে।
গৰু চৰাবলৈ আহে ঘটে এই অঘটন।
ৰঙামাটি হলদিবাড়ী গাঁৱৰ মইনুল ইছলামৰ পুত্ৰ ওৱাছৰ্কনী(Sensational incident)।
পিছত স্থানীয় ৰাইজে শিশুটিক পানীত উফন্দি উঠা দেখি প্ৰথম অৱস্থাত চাপৰ চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
অৱশেষত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে।
উক্ত ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোঁকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : WATCH | Rongali Bihu : জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনত উখল মাখল পৰিবেশ