WATCH | Sensational incident : চতিয়াত ধাৰাবাহিকৰ অভিনেতাক আক্ৰমণ
চতিয়া,২১এপ্ৰিল : চতিয়াত ধাৰাবাহিকৰ অভিনেতাক আক্ৰমণ ৷ চতিয়াৰ বাৰভূঞা গাঁৱৰ জোনমণি ভূঞা নামৰ অভিনেতা জনক চোকা অস্ত্ৰৰে আক্ৰমণ সুৰাসক্ত যুৱকৰ ৷ ঘৰৰ কাষৰে প্ৰদীপ বৰা নামৰ সুৰাসক্ত যুৱকজনে মদৰ নিচাত মাতাল হৈ কুঠাৰৰে আক্ৰমণ কৰে জোনমণিক(Sensational incident)৷
সংকটজনক অৱস্থাত অভিনেতা জনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ চতিয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত প্ৰদীপ বৰাক ৷
লগতে পঢ়ক : WATCH | Sipajar News : দৰঙৰ পশ্চিম প্ৰান্তত অনুষ্ঠিত ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তীৰ সামৰণি