WATCH | Sensational incident : যোৰহাটৰ বালিগাঁও সোণাৰী গাঁৱত হত্যাকাণ্ড

যোৰহাট,১৭এপ্ৰিল : যোৰহাটৰ বালিগাঁও সোণাৰী গাঁৱত হত্যাকাণ্ড।
তেজপুৰৰ এজন লোকক হত্যা।
তেজপুৰৰ বানেশ্বৰ হাজৰিকা নামৰ এজন লোকজনক হত্যা কৰে মুনিন্দ্ৰ ৰাজবংশী নামৰ লোকজনৰ।
পুৱতি নিশা সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাটো(Sensational incident)।
তেজপুৰৰ লোক জনৰ যোৰহাটৰ এগৰাকী মহিলাৰ লগত সম্পৰ্ক থকাৰ অভিযোগত হত্যা কৰে বানেশ্বৰক।
হত্যাকাৰী মহিলা গৰাকীৰ জোৱায়েক বুলি জানিব পৰা গৈছে।
সদৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী মুনিন্দ্ৰ ৰাজবংশীক।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।
লগতে পঢ়ক : WATCH | TOLLGATES : ১ মে’ৰ পৰা সলনি হ’ব টোলগে’টৰ মাচুলৰ নিয়ম