Local, Vocal, Global

WATCH | Sensational incident : ৰঙাপৰাৰ কলনী চাহ বাগিচাত হত্যাকাণ্ড

জামুগুৰিহাট, ১৩এপ্ৰিল : ৰঙাপৰাৰ কলনী চাহ বাগিচাত হত্যাকাণ্ড ৷

জয় গুৰু মন্দিৰৰ সন্মুখত বাগিচাখনৰ এজন যুৱকক গুলীয়াই হত্যা কৰি পেলায় থৈ যায় দুৰ্বৃত্তই ৷

মৃত যুৱকজনৰ নাম ডেভিদ চাংগা(Sensational incident)।

ঘৰ কলনী চাহ বাগিচাৰ হস্পিতাল লাইনত৷

নিশা প্ৰায় ১২-৩০ মান বজাত সংঘটিত হয় ঘটনাটো।

ওচৰৰ এগৰাকী মহিলাই নিশা শুনিছিল গুলীৰ শব্দ।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় এটা খালি কাৰ্টিচ।

ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

আৰক্ষীয়ে ডেভিদ চাংগাৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : WATCH | Rongali Bihu 2025: কলিয়াবৰৰ ফ্রেণ্ডশ্বিপ ক্লাৱেও সামৰণি মাৰিলে বিহু নাচৰ কৰ্মশালা