Local, Vocal, Global

WATCH | Sensational incident : ডুমডুমা ৰে’লৱে ষ্টেচনত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

ডুমডুমা,১০ফেব্ৰুৱাৰী : ডুমডুমা ৰে’লৱে ষ্টেচনত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ডুমডুমাৰ বাবুলাল মিত্তল (৫৮) বুলি জানিব পৰা গৈছে(Sensational incident)

স্থানীয় ৰাইজে মৃতদেহটো চিপজৰী লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে ডুমডুমা আৰক্ষীক।

মৃতদেহটোক লৈ ডুমডুমাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ঘটনাস্থলীত উপস্থিত পৰিয়ালৰ লোক।

ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

লগতে পঢ়ক : WATCH | Gelakey News : নামতি দেউঘৰীয়াত ৰাইজৰ প্ৰতিবাদ