Local, Vocal, Global

WATCH | Sensational incident : নলবাৰীত হৃদয় বিদাৰক ঘটনা

নলবাৰী,১৫মাৰ্চ : নলবাৰীৰ বাউসীয়াপাৰাত হৃদয় বিদাৰক ঘটনাটো । ঘৰুৱা কন্দলৰ বাবে শেষ হ’ল এটি পৰিয়াল। ৰেলৰ আগত পৰি মাতৃ – কন্যাৰ আত্মহনন। কথমপি প্ৰাণৰক্ষা পৰিল দুই কনমানি পুত্ৰৰ ।

জানিব পৰা মতে, মহিলগৰাকীৰ ঘৰ নলবাৰীৰ চৰিয়া গাওঁত । স্বামী নৃপেন দাসৰ অত্যাচাৰৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ । নলবাৰী বাউসীয়াপাৰাত ৰে’ল লাইনত ঘটিল কৰুণ ঘটনাটো।
একেলগে আঁতৰি গ’ল মাতৃ আৰু কণমানি কন্যা। দুই কণমানি পুত্ৰৰ কথমপি প্ৰাণৰক্ষা(Sensational incident)।

লগতে পঢ়ক : WATCH | Amit Shah: গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমক লৈ বৃহৎ ঘোষণা