Local, Vocal, Global

WATCH | Sensational incident : অৱশেষত উদ্ধাৰ হ’ল বিগত দহ দিনে নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

হাজো,১২মাৰ্চ : হাজোৰ বৰ্ণিত চাঞ্চল্যকৰ ঘটনা ।

অৱশেষত উদ্ধাৰ হ’ল বিগত দহ দিনে নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ ।

বিগত দহ দিনে অন্তৰ্ধান হৈ আছিল নুৰজাফৰ আলী ওৰফে চিন্তু নামৰ যুৱকজন।

নুৰজাফৰক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়াল আৰু গাঁওবাসীৰ(Sensational incident)।

সম্পৰ্কীয় খুড়াক চাদ্দাম আলীৰ নেতৃত্বত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো।

অভিযুক্ত চাদ্দাম আলিৰ স্বীকাৰোক্তি ভিত্তিত মুকালমুৱা চুঙৰবড়িৰ এটা খালত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

চাদ্দাম আলিৰ স্বীকাৰোক্তি ভিত্তিত মুকালমুৱাত অভিযান চলাইছিল হাজো আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | MGNREGA funds being misused : MGNREGA আঁচনি ৰূপায়ণৰ নামত কেলেংকাৰিৰ অভিযোগ