Local, Vocal, Global

WATCH | Sensational incident : চামগুৰিত লোমহৰ্ষক হত্যাকাণ্ড

চামগুৰি,৮মাৰ্চ : চামগুৰি পুৰণিগুদাম মুঢ়ানিত লোমহৰ্ষক হত্যাকাণ্ড।

মুঢ়ানি গাঁৱৰ প্ৰনৱজ্যোতি বৰা নামৰ এজন যুৱকক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

হত্যা কৰি চুবুৰীয়া এঘৰ লোকৰ ঘৰৰ চোতালত পেলাই থৈ যায় যুৱকজনক।

নিশা বাৰপুজীয়াত এখন বিয়া খাই অহাৰ পাছতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ(Sensational incident)।

ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে অঞ্চলটোত।

লগতে পঢ়ক : WATCH | Sonari News: আপোনাৰ চাৰিচকীয়া বাহনখন ভাড়াত দিয়ে নেকি ?