Local, Vocal, Global

WATCH | Sensational incident: পাঁচবছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা

জামুগুৰিহাট,৬মাৰ্চ : চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত মোলান গাঁৱত জঘন্য কাণ্ড ৷

পাঁচবছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা৷

নিজৰ খুড়াকৰ নাবালক পুত্ৰৰ এই কু-কাণ্ড(Sensational incident)৷

খেলিবলৈ যোৱা শিশুটিক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ সময়তে শিশুটিৰ মাতৃৰ তৎপৰতাত ৰক্ষা পৰিল শিশুটি৷

ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১২৭(২)/৬৫(২)/৬২ আৰু শিশু সুৰক্ষা আইনৰ১০নম্বৰ ধাৰাত ৰুজু হৈছে ৩২/২০২৫নম্বৰ গোচৰ ৷

লগতে পঢ়ক :WATCH | Bokajan News: বোকাজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেটসহ আটক এজনক