Local, Vocal, Global

WATCH | Sensational incident: বোৱাৰীক ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নগৰবেৰা,১মাৰ্চ : নগৰবেৰাৰ জামলাইত নিজ বোৱাৰীক শহুৰেক আজহাৰ আলীয়ে ধৰ্ষণ কৰা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই এতিয়া ধৰ্ষণকাৰী আজহাৰ আলীৰ পক্ষৰ মহিলা আৰু নিৰ্যাতিত মহিলাৰ পক্ষৰ মহিলাৰ মাজত তয়ময়া মাৰপিট সংঘটিত হয়৷

আনকি উক্ত মাৰপিটত ধৰ্ষণকাৰী আজহাৰ আলী পক্ষৰ এগৰাকী মহিলা গুৰুতৰভৱে আঘাতপ্ৰাপ্ত হয়(Sensational incident)৷

পিছত ঘটনাস্থলীত নগৰবেৰা আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি ক্ষান্ত হয়৷ যদিও আঘাতপ্ৰাপ্ত মহিলা গৰাকীক আৰক্ষীয়ে নগৰবেৰা চিকিৎসালয়ত লৈ যায়৷

লগতে পঢ়ক :WATCH | Sensational incident: মানৱ সমাজক লজ্জানত কৰা ঘটনা;বোৱাৰীক ধৰ্ষণ কৰাৰ অভিযোগ শহুৰেকৰ বিৰুদ্ধে