Local, Vocal, Global

Sensational incident:প্ৰেম নে অন্য কিবা? কিয় আত্মহত্যাৰ পথ ল’লে সুস্মা দেৱনাথে?

জাগীৰোড,৪ফেব্ৰুৱাৰী : সৰস্বতী পূজাৰ দিনাই জাগীৰোডত চাঞ্চল্যকৰ ঘটনা।

সৰস্বতী পূজাপ দিনাই নিজ ঘৰতে ডিঙিত চীপ লৈ আত্মহত্যা একাদশ শ্ৰেণীৰ ছাত্ৰীৰ।

নিহত ছাত্ৰীগৰাকী ১৭ বছৰীয়া সুস্মা দেৱনাথ।জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ ছাত্ৰী আছিল সুস্মা দেৱনাথ।

ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ(Sensational incident)।

প্ৰাথমিক পৰ্যায়ত প্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ।মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ GMCH লৈ প্ৰেৰণ।

আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্ত অব্যাহত।

জানিব পৰা মতে জাগীৰোডৰ শৰ্মা উপাধিৰ এজন যুৱকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক ।

লগতে পঢ়ক :Leopard terror in Khowang: খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস