Local, Vocal, Global

Sensational incident:চামগুৰিৰ কঁঠালগুৰিত ধৰ্ষণৰ জঘন্য কাণ্ড

নগাওঁ,১ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত ধৰ্ষণ কাণ্ডৰ জঘন্য কাণ্ড।

এইবাৰ চামগুৰিৰ কঁঠালগুৰিত সংঘটিত হৈছে ধৰ্ষণ কাণ্ডৰ ঘটনা।

এগৰাকী পাঁচ বছৰীয়া নাবালিকাক উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পটৰ(Sensational incident)।

অভিযুক্ত লম্পটটো কমল তাঁতী বুলি জানিব পৰা গৈছে।

লম্পটটোক স্থানীয় ৰাইজে কৰায়ত্ত কৰি চামগুৰি আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়ক :Union Budget 2025 :দাখিল বিত্তীয় বাজেট; কোটি কোটি কৃষকৰ বাবে সুখবৰ!