Local, Vocal, Global

Sensational incident: হাইলাকান্দিত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২৩জানুৱাৰী : হাইলাকান্দিত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ।

চহৰখনৰ গাংপাৰ-ধুমকৰত উদ্ধাৰ মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো জনৈক আলি হুছেইন লস্কৰৰ বুলি চিনাক্ত(Sensational incident)।

ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ আৰক্ষীৰ।

লগতে পঢ়ক :Ayodhya Ram Mandir: দেৰগাঁও জৰাগুৰিৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন