Local, Vocal, Global

WATCH | Self-reliant Women : গোগামুখৰ এগৰাকী স্বাৱলম্বী মহিলা

ধেমাজি,২৭মে’ : গোগামুখৰ এগৰাকী স্বাৱলম্বী মহিলা।

ই-ৰিক্সা চলাই নিজৰ লগতে পৰিয়ালটোক দিছে পোহপাল(Self-reliant Women)।

দেউৰী স্বায়ত্ত্ব পৰিষদৰ গোগামুখ সমষ্টিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ বৰদেউৰী সমষ্টিত নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰিছে ই-ৰিক্সা।

ই ৰিক্সা স্বাৱলম্বীতাৰ পথ দেখিছে বহু যুৱক যুৱতীয়ে।

লগতে পঢ়ক : WATCH | Bongaigaon News : বঙাইগাঁও জিলাত কিস্তিৰ নামত হাৰাশাস্তি