Local, Vocal, Global

Security Forces Recover Huge Cache Of Arms, Ammunition In Thoubal : থৌবাল জিলাত জব্দ বুজন পৰিমাণৰ অবৈধ অস্ত্ৰ

নিউজ ডেস্ক,২৪জুলাই : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে সুৰক্ষা বাহিনীৰ অভিযান।

সুৰক্ষা বাহিনীৰ অভিযান ৰাজ্যখনৰ পাহাৰীয়া জিলাৰ বিভিন্ন প্ৰান্তত আৰু দুৰ্গম অঞ্চলসমূহত। অভিযানত সুৰক্ষা বাহিনীয়ে এক বুজন পৰিমাণৰ অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়(Security Forces Recover Huge Cache Of Arms, Ammunition In Thoubal)।

সুৰক্ষা বাহিনীৰ অভিযানত থৌবাল জিলাৰ ছেট লেইৰং পিথেৰাৰ পৰা জব্দ কৰিছে এটা মেগজিনৰ সৈতে এছ এম জি কাৰ্বাইন, এটা মগজিনৰ সৈতে ৯ এম এম পিষ্টল, এটা মেগজিনৰ সৈতে .৩২ পিষ্টল, এটা ১২ বোৰ বল্ট একচন শ্বটগান, ৪ টা এইছ ই-৩৬ হেণ্ড গ্ৰেণেড, তিনিটা মাৰ্ক-৩ এ২ গ্ৰেণেড, দুটা টিউব লাঞ্চিং, ৪ টা ডিটনেটৰ, ৪৭ টা সজীৱ গুলী-বাৰুদ আৰু এটা বাওফেং ৰেডিঅ’ ছেট।

লগতে পঢ়ক : Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন অজয় কুমাৰৰ মৃতদে