SEBA To Begin Online Registration For Class IX From April : লাখ লাখ শিক্ষাৰ্থীৰ বাবে SEBAৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
নিউজ ডেস্ক, ১৬ মাৰ্চ : SEBAৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। লাখ লাখ শিক্ষাৰ্থীৰ বাবে SEBAৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।
১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন।নৱম শ্ৰণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে পঞ্জীয়ন বাধ্যতামূলক(SEBA To Begin Online Registration For Class IX From April) ।
পঞ্জীয়নৰ সময়ত বাধ্যতামূলক বিদ্যালয়ৰ UDISE CODE।লগতে শিক্ষাৰ্থীৰ থাকিব লাগিব অষ্টম শ্ৰেণীত উপলব্ধ শিক্ষাৰ্থীৰ ID নম্বৰ লগতে থাকিব লাগিব অষ্টম শ্ৰেণীৰ মাৰ্কশ্বীট(SEBA To Begin Online Registration For Class IX From April)।
লগতে পঢ়ক : Yaba tablets seized in silchar : শিলচৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী