Local, Vocal, Global

School schedule changed due to extreme heat in Nagaon : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি।

উৎকট গৰমৰ বাবে নগাঁও-মৰিগাঁও বিদ্যালয়ৰ পাঠদান সাল-সলনি।

নগাঁৱত ২৩ ছেপ্টেম্বৰৰ পৰা পুৱা ৭:৩০ৰ পৰা আৰম্ভ হ’ব পাঠদান। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান চলিব ১১:৩০লৈকে(School schedule changed due to extreme heat in Nagaon)।

নগাঁৱত মজলীয়া বিদ্যালয়ৰ পাঠদান চলিব ১২ বজালৈকে আৰু উচ্চ আৰু উচ্চতৰৰ পাঠদান চলিব ১২:৩০লৈকে।

শুকুৰবাৰে শোণিতপুৰ, বজালী আৰু কামৰূপ(মহানগৰ) জিলাৰ বিদ্যালয়ৰসমূহ পাঠদানৰ সময়সূচী সলনি নিৰ্দেশনা জাৰি কৰিছিল প্ৰশাসনে।

নলবাৰী জিলাতো বিদ্যালয়ত পাঠদানৰ সময়সূচী সলনি কৰিছিল জিলা প্ৰশাসনে।

লগতে পঢ়ক :Man arrested for murdering fish vendor : আটক মায়ঙৰ মাছ ব্যৱসায়ী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক