WATCH | Sarupathar News: সৰুপথাৰ সম জিলাৰ বৰপথাৰত চাঁওতাল জনগোষ্ঠী সকলৰ বাহা সন্মিলন

সৰুপথাৰ,৯মাৰ্চ : সৰুপথাৰ সম জিলাৰ বৰপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে চাঁওতাল জনগোষ্ঠী সকলৰ বাহা সন্মিলন।
বৰপথাৰ চাওতাল সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত বৰপথাৰবাসী ৰাইজৰ সহযোগত ১,২ এপ্ৰিলত আয়োজন কৰিছে এই সন্মিলন(Sarupathar News)।
আজি এই উপলক্ষে বৰপথাৰ মৌজাৰ চকলিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আগন্তুক বাহা সন্মিলৰ “লাই খুটা” স্থাপন কৰা হয়। আনহাতে আয়োজক সমিতিয়ে জানিব দিয়ে যে,আগন্তুক বাহা সন্মিলন বিভিন্ন জাতি-জনজাতিৰ উপস্থিতিত চিত্ৰাংকন,কবিতা,সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে অন্য বহু কাৰ্যসূচী অনুষ্ঠিত হ’ব।
লগতে পঢ়ক: WATCH | Rape Case: পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা