Watch | Sarighat Bridge: পুনৰ বন্ধ হ’ব ঐতিহাসিক শৰাইঘাট দলং
ৱেবডেস্ক: পুনৰ বন্ধ হ’ব ঐতিহাসিক শৰাইঘাট দলং
- পুনৰ বন্ধ হ’ব ঐতিহাসিক শৰাইঘাট দলং ।
- আজি নিশা ১০ বজাৰ পৰা দেওবাৰে পুৱা ৫ বজালৈ বন্ধ থাকিব ঐতিহাসিক দলং খন ।
- নিশা মেৰামতিৰ কাম চলিব দলং খনত ।
- দলং খনৰ বিভিন্ন স্থানত সৃষ্টি হৈছে অসংখ্য গাঁতৰ ।
- যাৰ ফলত নিতৌ দলং খনত সৃষ্টি হয় ভীষণ যান-জটৰ ।
- দলং খনৰ দায়িত্ব থকা উত্তৰ পূব সীমান্ত ৰেলৱেই এই কথা সদৰি কৰিছে ।