Sarbananda Sonowal to file nomination papers today : আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৰি বিৰোধী শিৱিৰ ৩ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

নিউজ ডেস্ক, ২৬মাৰ্চ : আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাখিল কৰিব মনোনয়ন পত্ৰ ৷ ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ(Candidates from major political parties to file nomination papers for LS Polls)৷
সৰ্বানন্দ সোণোৱালৰ মনোনয় দাখিলত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মিত্ৰদলৰ শীৰ্ষ নেতৃত্ব৷
ইফালে আজি বিৰোধী শিৱিৰ ৩ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ(Sarbananda Sonowal to file nomination papers today )।
মনোনয়ন দাখিল কৰিব যোৰহাটত গৌৰৱ গগৈয়ে । ডিব্ৰুগড়ত AJP প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে আৰু কাজিৰঙাত কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীয়ে ।
লগতে পঢ়ক : দেওবৰীয়া বজাৰত নিৰাপত্তাহীনতাত থলুৱা ব্যৱসায়ী