Local, Vocal, Global

WATCH | Sarbananda Sonowal : অভয়াপুৰীৰ ঘিলাগুৰী গোমাঠত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

অভয়াপুৰী,৪মে’ : এই ভাৰতবৰ্ষৰ ওচৰত পাকিস্তান-বাংলাদেশৰ দেশৰ দৰে সৰু ৰাষ্ট্ৰৰ কোনো স্থান নাই। এইখন ভাৰতবৰ্ষৰ লগত কোনো দেশে যুজিব নোৱাৰে ,সাহস নাই।

এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘিলাগুৰী গোমাঠত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায়(Sarbananda Sonowal)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ এক শ্ৰেষ্ঠ দেশত পৰিনত কৰাৰ লগতে বিশ্বৰ বুকুত শ্ৰেষ্ঠ দেশত পৰিগনিত হৈছে। এই বুলিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষন প্ৰসংগত উল্লেখ কৰে।

লগতে পঢ়ক : WATCH | Ashok Singhal : চাপৰৰ বহলপুৰ নাথপাৰাত নিৰ্বাচনী প্ৰচাৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ