WATCH | Sankor Jyoti Baruah: গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পোৱাৰ পিছত কি ক’লে শংকৰজ্যোতি বৰুৱাৰ অধিবক্তাই?
নিউজ ডেস্ক,২৬মে’ : আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে শংকৰজ্যোতি বৰুৱাৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।
১৯ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক(Sankor Jyoti Baruah)।
দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত এটা মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক।
বিগত ৬ দিনে জে’লত কাৰাবন্দী হৈ আছিল শংকৰজ্যোতি বৰুৱা।
লগতে পঢ়ক : WATCH | Pradhan Mantri Awas Yojana : PMAY ৰ গৃহৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত হোৱাৰ অভিযোগ