WATCH | Sankar Jyoti Baruah : শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰক লৈ বি এন সিং পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি
দুলীয়াজান,২০মে’ : শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ বি এন সিং পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি।
‘অনাঅসমীয়াৰ দপদপনি নচলিব,শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে।’ শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ উত্তপ্ত দুলীয়াজান।
শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীৰে দুলীয়াজান কঁপালে বীৰ লাচিত সেনাই।
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাফ লগাই ঘুৰাই লৈ ফুৰা কাৰ্যক তীব্ৰ গৰিহণা বিভিন্ন দল সংগঠনৰ। ৰাজপথলৈ ওলাই আহিল দল সংগঠন জাঙুৰ খাই উঠিছে দল-সংগঠন(Sankar Jyoti Baruah)।
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হেণ্ডকাফ লগাই ডিব্ৰুগড় জিলা সত্ৰ ও ন্যায়ধীশ আদালতত প্ৰেৰণ কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে দুলীয়াজানৰ সকলো দল সংগঠন। ইতিমধ্যে আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে। দুই ফৌদৰ কাজীয়া ৰখাবলৈ যাওঁতে বিনা কাৰণত গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাকলৈ অসম আৰক্ষীক ধিক্কাৰ জনাইছে। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ কোনো কাৰণত শংকৰজ্যোতি বৰুৱাক যাতে হেণ্ডকাফ লগোৱা নহয়।
লগতে পঢ়ক : WATCH | Tiranga Yatra : বিশ্বনাথত ত্ৰিৰংগা যাত্ৰা