Local, Vocal, Global

WATCH | Sanjoy Kishan : নগাঁও মেডিকেল কলেজ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষানৰ

নগাঁও,১২জুন : নগাঁও মেডিকেল কলেজ পৰিদৰ্শন শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ। মন্ত্ৰীগৰাকীৰ সংগ দিয়ে চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ।

মন্ত্ৰীগৰাকী উপস্থিত হৈ মেডিকেল কলেজখনত থকা অভাৱ অভিযোগৰ সন্দৰ্ভত এখনি সভাত মিলিত হয়(Sanjoy Kishan)। সভাত মন্ত্ৰীগৰাকী উপস্থিত থকাৰ লগতে,বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, নগাঁও মেডিকেল কলেজৰ অধ্যক্ষৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

পৰৱৰ্তী সময়চোৱাত ৰোগীসকলে প্ৰতিটো সুবিধা পাবলৈ সক্ষম হব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক :WATCH | Barpeta News : বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা