Saif Ali Khan attacked:বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ

নিউজ ডেস্ক,১৬জানুৱাৰী : বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ। ঘৰত প্ৰৱেশ কৰা চোৰে আক্ৰমণ কৰে বলীউডৰ অভিনেতাগৰাকীক।
সম্প্ৰতি মুম্বাইৰ লীলাৱতী হাস্পাতলত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক(Saif Ali Khan attacked)।
জানিব পৰা অনুসৰি ডকাইতৰ সৈতে হোৱা হতাহতি আহত হয় অভিনেতা ছেইফ আলী খান। শৰীৰৰ ছটাকৈ স্থানত আঘাত পাই অভিনেতাগৰাকীয়ে।
আৰক্ষীৰ মতে, পুৱা ৪ বজাত ছেইফ আলী খানৰ বান্দ্ৰাৰ বাসগৃহত সংঘটিত হয় এই ঘটনাটো(Saif Ali Khan attacked with knife at his home)।
বৰ্তমান আৰক্ষীয়ে ডকাইতৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজ ভিত্তিত আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক:Theft in Jamugurihat: জামুগুৰিহাটত চোৰৰ চাফাই অভিযান