Local, Vocal, Global

Rupohihat Protest : ৰূপহীহাটত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

ৰূপহীহাট,১৯অক্টোবৰ : ৰূপহীহাটত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী। কংগ্ৰেছ বিধায়কৰ বাহনত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী কংগ্ৰেছৰ।

ৰূপহীহাট থানাৰ সন্মুখত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচী।আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

ৰূপহীহাট আৰক্ষী থানাৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে প্ৰশাসনে(Rupohihat Protest)।

ইতিমধ্যে ৰূপহীহাটৰ বিধায়কৰ লগতে উপস্থিত হৈছে বিভিন্ন ঠাইৰ পৰা কংগ্রেছ কর্মী সকল। উপস্থিত হৈছে ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।

লগতে পঢ়ক : Fire Break Out in Kalgachia :বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৬০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ