Local, Vocal, Global

WATCH | Rupjyoti Kurmi :”মুখ্যমন্ত্ৰী মোক কৈছে আমাৰ বহুত দায়িত্ব আছে , গতিকে আমি ঠাণ্ডা মগজুৰে কাম কৰিব লাগিব”- ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্ক,২৪মাৰ্চ : ”মুখ্যমন্ত্ৰী মোক কৈছে আমাৰ বহুত দায়িত্ব আছে , গতিকে আমি ঠাণ্ডা মগজুৰে কাম কৰিব লাগিব”- ৰূপজ্যোতি কুৰ্মী

‘মোৰ খং বেছি, সেইকাৰণে মোৰ খং উঠি গ’ল'(Rupjyoti Kurmi)

‘বিৰোধীয়ে এইবোৰ নাটক কৰি আছে’

‘ সেইবাবে মোৰ বক্তব্যৰ মাজত কোনেও মাত মাতিব নালাগে’

‘ গতিকে এইবোৰত ভাবি থাকি লাভ নাই’

‘গতিকে মোৰ বিধানসভাৰ মজিয়াত সোমোৱাৰ অধিকাৰ আছে’

‘ইতিমধ্যে মই এই বিষয়ত ক্ষমা বিচাৰিছো’

‘ মুখ্যমন্ত্ৰী মোক কৈছে আমাৰ বহুত দায়িত্ব, গতিকে আমি ঠাণ্ডা মগজুৰে কাম কৰিব লাগিব’ মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ

‘ মোৰ বিধানসভাৰ মজিয়াত সোমোৱাৰ অধিকাৰ আছে’

‘ইতিমধ্যে মই এই বিষয়ত ক্ষমা বিচাৰিছো’

লগতে পঢ়ক : WATCH | Congress Protest : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয় সমুখত কংগ্ৰেছৰ প্ৰতিবাদ