Local, Vocal, Global

WATCH | Rupjyoti Kurmi : পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে

নিউজ ডেস্ক,২২মাৰ্চ : সামাজিক মাধ্যমত পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে(Rupjyoti Kurmi)

‘মই আসনৰ পৰা উঠি খেদি যাব নালাগিছিল মোৰ ভুল হৈছিল’

‘ মোৰ বক্তব্যত বাধা দিয়া বিধায়ক সকলো সমানে দোষী’

‘জেলত যোৱা ব্যক্তি শ্বেৰমান আলীয়ে মোক বাধা দিছিল কথা কোৱাত’

‘এসময়ত মোৰ মাতৃৰ লোকেল গার্জেন আছিল অখিল গগৈ’

শ্বেৰমান আলীক ওলোটাই মানসিক ভাবে দুর্বল আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

‘এসময়ত মোৰ মাতৃৰ লোকেল গার্জেন আছিল অখিল গগৈ’

সদনত অসাংবিধানিক আচৰণ কৰি সামাজিক মাধ্যমত পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : এতিয়াৰে পৰা যিকোনো দুৰ্নীতৰ অভিযোগ নিজেই মুখ্য়মন্ত্ৰীক জনাওক