Local, Vocal, Global

Ropex ferry stranded in Brahmaputra :মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ ৰ’পেক্স ফেৰী

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ ৰ’পেক্স ফেৰী । ফেৰীখনত আছিল ৯১ গৰাকী যাত্ৰী। ফেৰীখনত আছিল ১৩খন চাৰিচকীয়া বাহন, ৩৩খন দুচকীয়া বাহন। অফলামুখৰ পৰা নিমাতী ঘাট অভিমুখী আছিল ফেৰীখন। আবদ্ধ ফেৰীখন উদ্ধাৰৰ বাবে সপ্তেশ্বৰী নামৰ জাহাজ প্ৰেৰণ(Ropex ferry stranded in Brahmaputra)।

লগতে পঢ়ক :Cyber criminal arrested : মৰিগাঁৱত গ্ৰেপ্তাৰ ৪ টাকৈ চাইবাৰ অপৰাধী