Local, Vocal, Global

WATCH | Rongali Bihu : বাক্সাৰ মুছলপুৰত মুকলি বিহু প্ৰদৰ্শন

মুছলপুৰ,১৫এপ্ৰিল : আজি পহিলা ব’হাগ । প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ অনুষ্ঠান । বাক্সা জিলাৰ মুছলপুৰতো অনুষ্ঠিত হৈছে ৫৬ তম্ ৰঙালী বিহু উদযাপন । কেন্দ্ৰীয়ভাৱে উদযাপন হৈছে ৰঙালী বিহু(Rongali Bihu)।

পুৱাতেই গোট খাইছে তিনি শতাধিক পুৰুষ-মহিলা । সকলোৱে দলে-বলে অংশগ্ৰহণ কৰিছে বিহুৰ কাৰ্যসূচীত। অহা ৭ ব’হাগত পুনৰ অনুষ্ঠিত হ’ব ৰঙালী বিহু উদযাপনৰ বিশেষ অনুষ্ঠান । অসমৰ কেবাটাও নামজ্বলা বিহুৱা দলক আমন্ত্ৰণ কৰিছে উদযাপন সমিতিয়ে।

লগতে পঢ়ক : WATCH | Sarbananda Sonowal : ৰঙালী বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে