Local, Vocal, Global

WATCH | Rongali Bihu 2025: সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু

হাজো,২৪মাৰ্চ : সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু।

অসমীয়াৰ বাপতি সাহোন বিহুটি লৈ মাজত মাত্ৰ কেইটামান দিন বাকী।

ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা(Rongali Bihu 2025)।

হাজোৰ বাগটা হাইস্কুল প্ৰাংগণত নিশালৈ চলিছে বিহুৰ কৰ্মশালা।

ঢোলৰ ছেৱে ছেৱে নাচিছে শ শ নাচনীয়ে।

লগতে পঢ়ক : WATCH | Assam Panchayat Election: পঞ্চায়তৰ নিৰ্বাচনৰ বাবে কুচ-কাৱাজত নামি পৰিছ যোৰহাট সমষ্টিত ৰাইজৰ দলৰ সামাজিক ভাৱে জড়িত সত্য নাৰায়ন ভৰালী