WATCH | Rongali Bihu 2025: অব্যাহত আছে ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহৰ ঢল
উত্তৰ গুৱাহাটী,১৭এপ্ৰিল : অব্যাহত আছে ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহৰ ঢল।
আমিনগাঁৱতো ৰঙালী বিহুৰ লগত সংগতি ৰাখি উদযাপন কৰা হৈছে মুকলি বিহু(Happy Rongali Bihu 2025)।
ঢোলৰ গুম-গুমনি, পেঁপাৰ সুৱদী মাতত ৰজনজনাইছে আমিনগাঁৱৰ স্কাউট এণ্ড গাইড খেলপথাৰ।
বৃহত্তৰ আমিনগাঁৱ বিহু সন্মিলনীয়ে দিনজোৰাকৈ আয়োজন কৰে মুকলি বিহু।
লগতে পঢ়ক : WATCH | Guwahati News : মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ