WATCH | Rongali Bihu 2025: সমন্বয় ৰঙালী বিহু আদৰণি সন্মিলনীৰ ১৯ সংখ্যক ৰঙালী বিহু উদযাপন
হাজো,১৪এপ্ৰিল : সমন্বয় ৰঙালী বিহু আদৰণি সন্মিলনীৰ ১৯ সংখ্যক ৰঙালী বিহু উদযাপন ।
ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন,স্মৃতি তৰ্পন,বৃক্ষ ৰোপনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে(Rongali Bihu 2025)।
আনহাতে সন্ধিয়া আমন্ত্ৰিত বিহু হুঁচৰি দলৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী শ্যাম কুমাৰ সংগীতানুষ্ঠান।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: আজি গৰু বিহু;ৰাজ্যত গৰু বিহুৰ ব্যাপক উছাহ