Local, Vocal, Global

WATCH | Rongali Bihu 2025: কলিয়াবৰৰ ফ্রেণ্ডশ্বিপ ক্লাৱেও সামৰণি মাৰিলে বিহু নাচৰ কৰ্মশালা

কলিয়াবৰ,১৩এপ্ৰিল : অসমীয়াৰ চোতালত এতিয়া চেনেহৰ ৰঙালী বিহু। ৰঙালীক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ । কলিয়াবৰৰ ফ্রেণ্ডশ্বিপ ক্লাৱেও সামৰণি মাৰিলে বিহু নাচৰ কৰ্মশালা।

ডাঃ টি আও ষ্টেডিয়ামত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক প্ৰদান কৰিলে প্ৰমাণ পত্ৰ । অসমৰ বিভিন্ন বিহুতলিত বিহু প্ৰদৰ্শন,প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰমাণৰ বাবে সাজু হৈছে ফ্রেণ্ডশ্বিপ ক্লাৱৰ বিহুৱা দল । আনহাতে অহা ৩১ ব’হাগত ফ্রেণ্ডশ্বিপ ক্লাৱে উদযাপন কৰিব ২৪ সংখ্যক বিহু উৎসৱ(Rongali Bihu 2025)।

লগতে পঢ়ক : WATCH | Bihu Workshop : বাক্সাৰ ডুমুনীত অন্ত পৰিল ৭ দিনীয়া বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা