WATCH | Rongali Bihu 2025: জামুগুৰিহাটত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত
জামুগুৰিহাট,৯এপ্ৰিল : জামুগুৰিহাটত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত। বাপুজী ভৱণৰ চৌহদত আখৰাত ব্যস্ত বিহু হুঁচৰিৰ দল।
পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু।ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেঁপাৰ গুমগুমণি। জামুগুৰিহাটতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ বাপুজী ভৱনত জামুগুৰি আঞ্চলিক বিহু হুঁচৰি দলৰ নেতৃত্বত চলা বিহু হুঁচৰি অখৰাত এইদৰে ব্যস্ত আছে আঞ্চলটোৰ কেইবাগৰাকীও চেমনীয়া যুৱকৰ লগতে যুৱতী(Rongali Bihu 2025)।
শৃংলাবদ্ধভাৱে চলি থকা এই বিহু হুঁচৰিৰ অখৰাৰ অন্তত দলটোৱে বিহুৰ বতৰত অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব বিহু হুঁচৰি।