Local, Vocal, Global

WATCH | Rongali Bihu : সমাগত ৰঙালী বিহু, ৰঙালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি

নগাঁও,২০মাৰ্চ : সমাগত ৰঙালী বিহু, ৰঙালীক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি।

বিহু সুৰক্ষা সমিতি অসম নগাঁও জিলা মহিলা মঞ্চৰ উদ্যোগত বিহু নাচ, বিহু বাদ্য বাদন কৰ্মশালাৰ আয়োজন কৰা হয় ।

নগাঁও খুটিকটিয়াস্থিত কৃষ্টি বিকাশ সমাজ ৰাস পথাৰত বিহু নাচ, বিহু বাদ্য বাদন কৰ্মশালাৰ আয়োজন(Rongali Bihu)।

যোৱা ১৬ মাৰ্চৰ পৰা অহা ২৩ মাৰ্চলৈ মুঠ আঠ দিনীয়া কাৰ্য্যসূচীৰে কৰ্মশালাটিৰ আয়োজন কৰা হৈছে ।

উক্ত কৰ্মশালা অনুষ্ঠানটিত নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে মূখ্য প্ৰশিক্ষকা হিচাপে নগাঁৱৰ সু সন্তান তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী চয়ানিকা কাশ্যপ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষন প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Rakibul Hussain : সাংসদ ৰকিবুল হুছেইনৰ মুখত ভূপেন দাৰ গীত