WATCH | Robotic Surgery : আজিৰে পৰা আৰম্ভ হ’ল কৰ্কট ৰোগৰ ৰ’বটিক চাৰ্জাৰী
নিউজ ডেস্ক,১৩এপ্ৰিল : ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন সংযোজন ।
আজিৰে পৰা আৰম্ভ হ’ল কৰ্কট ৰোগৰ ৰ’বটিক চাৰ্জাৰী(Robotic Surgery)।
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৰবটিক ছাৰ্জাৰী।
লগতে পঢ়ক : WATCH | Heavy Storm in Hatsingimari : হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱত পুৱতি নিশা প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত