WATCH | Robbery incident: কাছাৰৰ কালাইনত ডকাইতি কাণ্ড

কাছাৰ,২৪মাৰ্চ : কাছাৰৰ কালাইনত ডকাইতি কাণ্ড। বিনয় কুমাৰ দেৱৰ ঘৰত ডকাইতি কাণ্ড। ব্যৱসায়ীৰ ঘৰৰ পৰা ডকাইতে লুটি নিলে কেইবালাখ টকা । ডকাইতক বাধ দিয়াৰ সময়ত বিনয় কুমাৰ দেৱৰ ওপৰত গুলীচালনা কৰে ডকাইতৰ দলটোৱে(Robbery incident)।
গুলীচালনাত স্থানীয় এজন লোক গুৰুতৰভাৱে আহত হয় । বর্তমান আহত লোকজন চিকিৎসালয়ত ভৰ্তি হৈ আছে ।ইফালে এই ঘটনাৰ পিছত তদন্ত আৰম্ভ কৰে কাছাৰ আৰক্ষীয়। বৰ্তমান আৰক্ষীৰ অভিযান অব্যাহত আছে।
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰৰ ডিগাৰুৰ কুৰকুৰীয়াত ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ আমচাং চাহ বাগিচাৰ বিৰুদ্ধে