Robbers attacked the woman: কাহিলীপুৱাই মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ

নিউজ ডেস্ক,২৮জানুৱাৰী : গুৱাহাটী মহানগৰীৰ বনফুল নগৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
কাহিলীপুৱাই মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ।
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা(Robbers attacked the woman)।
গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি ।
ঘটনা সংঘটিত কৰিয়েই বিজুলীগতিত পলায়ন কৰে ডকাইতৰ দলে।
বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰা নাই ডকাইত গেঙৰ বাহনৰ।